Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 13

শিশুমেলা

ক-শ্ৰেণী/ বালভাটিকা শ্ৰেণীৰ শিশুৰ


বাবে
শিশুমেলা
জুন, ২০২৩
উদ্দেশ্য -
 শিশুৰ অংশগ্ৰহণ / উপস্থিতি বৃদ্ধি কৰা।

 প্ৰাক্-শৈশৱ যতন আৰু শিক্ষাত অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ


অংশীদাৰিত্ব বৃদ্ধি কৰা ।
 মাতৃ সকলৰ প্ৰত্যক্ষ অংশগ্ৰহণ আৰু সহযোগিতা বৃদ্ধি কৰা।

 শিশুৰ বিকাশৰ বাবে ভয়মুক্ত শিকন পৰিৱেশ গঢ়ি তোলা ।


ক্ৰিয়াকলাপ-
 বিদ্যালয়ত শিক্ষক, পৰিচালনা সমিতিৰ সৈতে সভা অনুষ্ঠিত কৰা আৰু মেলাৰ
পৰিকল্পনা যুগুত কৰা।

 অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিক মেলালৈ আমন্ত্ৰণ জনোৱা।

 মেলাস্থলী(মেলা অনুষ্ঠিত কৰিবলগীয়া বিদ্যালয়)সজ্জিত কৰা।

 ক -শ্ৰেণী /বালভাটিকা শ্ৰেণীৰ শিশুৰ সৈতে এই মেলা অনুষ্ঠিত কৰা।


মেলাস্থলী সজ্জিতকৰণ-

 শিশুৰ বাবে যোগান ধৰা বহাৰ আসন আৰু মজিয়াত মেট পাৰি দিয়া

 শ্ৰেণীকক্ষত বিভিন্ন শিকন ক্ষেত্ৰ সজ্জিত কৰা ।

 সভাস্থলী সজ্জিত কৰা।

 বহি: আৰু আন্ত:খেলৰ সামগ্ৰী সজ্জিত কৰা।


শিকন ক্ষেত্ৰ -

সাক্ষৰতাৰ ক্ষেত্ৰ সাংখ্যিকতাৰ ক্ষেত্ৰ

কলা ক্ষেত্ৰ

পুথিভঁ ৰাল ক্ষেত্ৰ বিজ্ঞান ক্ষেত্ৰ


শিকন ক্ষেত্ৰ সজ্জিতকৰণ-

সাক্ষৰতাৰ ক্ষেত্ৰ

সাক্ষৰতাৰ বিভিন্ন চাৰ্ট, কাৰ্ড, পুথি, পুতলা,


ডাইচ,শব্দ দেৱাল আদি শিশুৰ উপলদ্ধ হোৱাকৈ সজাই
ৰখা।
শিকন ক্ষেত্ৰ সজ্জিতকৰণ-

সাংখ্যিকতাৰ ক্ষেত্ৰ

সাংখ্যিকতাৰ বিভিন্ন চাৰ্ট, কাৰ্ড, পুথি, পুতলা,


ডাইচ, আদি শিশুৰ উপলদ্ধ হোৱাকৈ সজাই ৰখা।
শিকন ক্ষেত্ৰ সজ্জিতকৰণ-

বিজ্ঞান ক্ষেত্ৰ

বিজ্ঞান ক্ষেত্ৰত বিজ্ঞানৰ বিভিন্ন সজুঁ লি,


চিত্ৰ, মডেল, যন্ত্ৰ আদি সজাই ৰখা।
শিকন ক্ষেত্ৰ সজ্জিতকৰণ-

পুথিভঁ ৰাল ক্ষেত্ৰ

পুথিভঁ ৰালৰ বাবে যোগান ধৰা পুথিসমূহ শিশুৰ


বাবে উপলব্ধ কৰি ক্ষেত্ৰ সজ্জিত কৰা ।
শিকন ক্ষেত্ৰ সজ্জিতকৰণ-

কলা ক্ষেত্ৰ

ৰং, ছবি পুথি , ছবি অংকন পুথি, ডাইচ, ছাপ দিয়া


আৰ্হি, শিশুৱে অংকন কৰা কলাত্মক কামৰ নমুনা
আদি উপলব্ধ কৰি ক্ষেত্ৰ সজ্জিত কৰা ।
কাৰ্যসূচী -
১। শিশু আৰু মাতৃ / অভিভাৱকক আদৰণি জনোৱা।
২। শিশুৰ খেল-ধেমালি প্ৰতিযোগিতা।
৩।সাংস্কৃ তিক প্ৰতিযোগিতা ।
৪।সম্প্ৰীতি ভোজন।
৫। মাতৃ /অভিভাৱকৰ দ্বাৰা সাধু কথন
আৰু পদ্য কোৱা অনুষ্ঠান।
নিৰ্দেশনা -
• শিশুমেলাৰ বাবে আগতীয়া প্ৰস্তুতি গ্ৰহণ কৰা।
• মাতৃ /অভিভাৱক,বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে সভা অনুষ্ঠিত কৰা।
• ওচৰৰ অঙ্গনৱাদী কেন্দ্ৰক শিশুৰে সৈতে শিশুমেলাত অংশগ্ৰহণ নিশ্চিত কৰা।
• শিশুমেলাৰ শিশুৰ খেল ধেমালি আৰু সাংস্কৃ তিক প্ৰতিযোগিতাত মুক্ত অংকন,
গীত, পদ্য, ফেন্সি ড্ৰেছ আদিৰ অন্তভু ক্ত কৰা।
• শিশুমেলাৰ দিনা সম্প্ৰীতি ভোজনৰ আয়োজন কৰা।
• শিশুমেলাৰ ভিডিঅ,ফটোৰে সৈতে প্ৰতিৱেদন দাখিল কৰা ।

You might also like